পুৱা ১০.৩০ বজাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে ঘোষণা কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে ২,৮১,৭০১ গৰাকী ৷