নগাঁৱৰ কঠীয়াতলীত বিহুৰ প্ৰস্তুতি । বিচনী বনোৱাত ব্যস্ত ৮০ বছৰীয়া ককা । আনফালে তাঁতশালত গামোচাত ফুল তুলাত ব্যস্ত শিপিনী ।