কুংকি চৌধুৰীক পাণবজাৰ থানাত দেওবাৰে ১১ বজাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে । সেই নিৰ্দেশ অনুসৰি মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীগৰাকী পাণবজাৰ থানাত হাজিৰ হয় ।