পাৱাৰলুমৰ গামোচাৰে ভৰিছে মহানগীৰ বজাৰ ৷ থলুৱা শিপিনীয়ে প্ৰস্তুত কৰা গামোচাৰ বিপৰীতে পাৱাৰলুমৰ গামোচাৰ চাহিদা বৃদ্ধি ৷