৭ মাহ ধৰি মহিলা, শিশুসহ ধুবুৰীৰ শ্ৰমিকক বিহাৰত বন্দী কৰি ৰখা হৈছিল । শ্ৰমিকৰ নাবালিকা শিশুৰ ওপৰত অমানৱীয় যৌন নিৰ্যাতন চলাইছিল ইটাভাতাৰ মালিকে ।