Surprise Me!

ৰজা নোহোৱা দেশ এখনৰ দৰে হৈছে আমাৰ অৱস্থা: জুবিনৰ ন্যায়ৰ দাবীত সৰৱ সহযোগী শিল্পী

2026-04-14 0 Dailymotion

জুবিনৰ লগত থকা ঘনিষ্ঠ সহযোগীসকলে 'যন্ত্ৰ' বেণ্ডৰ জৰিয়তে তেওঁৰ গীতবোৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে ।