Surprise Me!

মৃণাল শইকীয়া মুখ্যমন্ত্ৰী হ’লে সমৰ্থন জনাব বিজেপি ত্যাগী জয়ন্ত দাসে

2026-04-16 1 Dailymotion

বুধবাৰে খুমটাই সমষ্টিৰ যোগিবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পত মৃণাল শইকীয়াই আয়োজন কৰা ৰঙালী বিহু উদযাপনস্থলীত দেখা গ'ল বিজেপি ত্যাগ কৰা জয়ন্ত দাস আৰু জীৱন চুতীয়াক ।