Surprise Me!

কামপুৰত গৰু চোৰৰ উপদ্ৰৱ, নিশা বাহনসহ জব্দ গৰু

2026-04-19 4 Dailymotion

নিশা হ'লেই গৰু চোৰৰ আতংক বৃদ্ধি পাইছে নগাঁও জিলাৰ ভিন্ন প্ৰান্তত ৷ নিশা চুৰি গৰুসহ বাহন জব্দ কৰিছে কামপুৰ আৰক্ষীয়ে ৷