খোদ প্ৰবাসী অসমীয়া সাক্ষীয়ে শ্যামকানুৰ মিথ্যাচাৰ প্ৰমাণ কৰিলে । বৃহস্পতিবাৰে পুনৰ হ'ব জামিন আৱেদনৰ শুনানি ।