ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কাৰাবন্দী হৈ থকা পঞ্জাবৰ খাদূৰ চাহিব সমষ্টিৰ সাংসদ তথা উগ্ৰ খালিস্তানী সমৰ্থক অমৃতপাল সিঙৰ NSA ৰ ম্যাদ বুধবাৰে অন্ত পৰে ৷