Surprise Me!

মহিলা উদ্যমিতা আঁচনিৰ সুফল: ১০ হাজাৰ টকাৰে দোকান খুলি স্বাৱলম্বী হোৱাৰ চেষ্টা মাজুলীৰ মিনু শইকীয়াৰ

2026-04-23 5 Dailymotion

মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ ধনেৰে স্বাৱলম্বিতাৰ বাট বুলিছে মাজুলীৰ মহিলাই । ঘৰতে খুলিলে বিপণি ।