আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰাইছিল ৰাইডঙীয়া দ'ল । দেৱ-দেৱীৰ বহু পুৰণি ভাস্কৰ্য আছে দ'লত । সংৰক্ষণৰ বাবে কোনো গুৰুত্ব নাই চৰকাৰৰ ।