Surprise Me!

কিয় বাৰে বাৰে ভাঙি পৰে ৫৬ কোটিটকীয়া পকী দলঙৰ গাডাৰ ? চিলাপথাৰত আছুৰ বিক্ষোভ

2026-04-23 11 Dailymotion

গাই নদীৰ বুকুত নিৰ্মীয়মাণ দ্বিতীয়খন দলঙৰ গাডাৰ ভাঙি পৰাৰ পিছত কামত নিয়োজিত ঠিকাদাৰ তথা লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ।