Surprise Me!

ছাদ্দামৰ বাইকত ঘৰৰ পৰা জালুকবাৰীলৈ ওলাই যোৱা ভাৱনা কেনেকৈ পালেগৈ শ্বিলং ?

2026-04-25 0 Dailymotion

শুকুৰবাৰে গুৱাহাটীৰ পৰা সন্ধানহীন হৈছিল ভাৱনা শৰ্মা নামৰ এগৰাকী যুৱতী ৷ শনিবাৰে পুৱা ভৱনাৰ সন্ধান ওলাল শ্বিলঙৰ প’ল’ গ্ৰাউণ্ডৰ সমীপত ৷