Surprise Me!

পুনৰ কেন্দ্ৰীয় কাৰাগাৰলৈ খালিস্তানী নেতা অমৃতপাল সিং

2026-04-25 2 Dailymotion

২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিন অতিবাহিত কৰিছে সাংসদ অমৃতপাল সিঙে ।