Surprise Me!

ৰৈ থকা ট্ৰাকত তীব্ৰবেগী ছুইফট ডিজায়াৰৰ প্ৰচণ্ড খুন্দা, মুহূৰ্ততে নিঃশেষ তিনি যুৱতীৰ জীৱন

2026-04-26 11 Dailymotion

মঠঘৰীয়াৰ গে’ট হাস্পতালৰ সমীপত পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে গীতানগৰ দিশৰ পৰা তীব্ৰ বেগত আহি থকা ছুইফট বাহনখনে ৷