এসময়ৰ পৰিভ্ৰমী চৰাইৰ বিচৰণ ভূমি দীপৰ বিলৰ বৰ্তমানৰ পৰিস্থিতি কেনেকুৱা? এলিভেটেড কৰিড’ৰৰ বাবে ম্লান হৈ পৰিব নকি ৰামচাৰ চাইট হিচাবে ক্ষাত দীপৰ বিলৰ সৌন্দৰ্য ৷