৫০০০ বছৰীয়া ইতিহাস থকা পিটু খেলে শেহতীয়াকৈ পৰিচয় লাভ কৰিছে । এই খেলৰ জৰিয়তে মৰিগাঁৱৰ পৰা যোৱা এটা দলে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিছে ।