Surprise Me!

পানীখিনি পালে আমি ভগৱানক পোৱাৰ নিচিনা হ'ব: খোৱাপানীৰ বাবে হাহাকাৰ মহানগৰীৰ বাসিন্দাৰ

2026-04-27 11 Dailymotion

মহানগৰীৰ এক বিশেষ অঞ্চলৰ বিভিন্ন সমস্যা আছে যদিও মূল সমস্যাটো হৈছে পানীৰ সমস্যা । প্ৰায় ২০ বছৰ ধৰি তেওঁলোক পানীৰ সমস্যাৰ সৈতে যুঁজ দি আছে।