Surprise Me!

জোনাইত চিয়াং নৈয়ে চপৰা-চপৰে খহাইছে গৰা, বান-খহনীয়া প্ৰতিৰোধী মথাউৰিলৈ ভাবুকি

2026-04-28 4 Dailymotion

জোনাইৰ বেৰা চাপৰি অঞ্চলত চিয়াং নৈৰ খহনীয়াই তীব্র ৰূপ ধাৰণ কৰিছে ৷ বিঘাই বিঘাই কৃষি ভূমি নৈৰ বুকুত জাহ গৈছে ।