প্ৰতিবাদকাৰীসকলে কয় যে, এই ৩৩ শতাংশ সংৰক্ষণ বিধেয়কখন নাৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ, যাৰ জৰিয়তে ৰাজনীতিত নাৰীৰ যথাযথ অংশগ্ৰহণ নিশ্চিত হ’ব ।