Surprise Me!

নগাঁৱৰ ৰামানুজন স্কুলৰ সফলতাৰ ধাৰা অব্যাহত

2026-04-28 15 Dailymotion

নগাঁও : উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে পূৰ্বৰ সফলতাৰ ধাৰা এইবাৰো অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে । বিজ্ঞান আৰু কলা দুয়োটা শাখাতেই উন্নত ফলাফল প্ৰদৰ্শন ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ।  

সফলতাৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকল

বিজ্ঞান শাখাৰ ফলাফল  

দেৱাশ্ৰী কাশ্যপ : ৯৭.৮ শতাংশ নম্বৰ  

ঝৰ্ণা শইকীয়া : ৯৭.২ শতাংশ

কৌশিক শৰ্মা : ৯৬.৮ শতাংশ

স্নিগ্ধ পৰাণ শইকীয়া : ৯৬.৬

সাগৰিকা ডেকা : ৯৬.২ শতাংশ

আমানত ইছলাম : ৯৬ শতাংশ  

তৃপৰ্ণ হাজৰিকা : ৯৬ শতাংশ

বৰণ বিকাশ দেউৰী : ৯৫.৬ শতাংশ

বিদিশা বসুমতাৰী : ৯৫.৪ শতাংশ

কৌস্তৰী পৰাশৰ : ৯৫.৪ শতাংশ

ৰাজদীপ বায়ন : ৯৫.২ শতাংশ

সৃজনী বৰ্মন : ৯৫.২ শতাংশ

দেৱস্মৃতা দত্ত : ৯৫ শতাংশ

চিন্ময় বৰা : ৯৫ শতাংশ নম্বৰ  

কলা শাখা

অন্তৰীপ মহন্ত : মুঠ ৪৮২ নম্বৰ

নিয়ৰকণা ঢেকিয়াল ফুকন : ৪৮১

আয়ন কাশ্যপ : ৪৭৯

শ্ৰীৱাস্তি ডিমান শইকীয়া : ৪৭৬ নম্বৰ

পৰিণীতা ভৰালী : ৪৭৫

প্ৰিয়ংকা কলিতা : ৪৭৩

মহচিনা বেগম : ৪৬৭  

তাবৃছা জামান বৰুৱা : ৪৬৬

কৌশিক কাশ্যপ বৰা : ৪৬৪

শ্ৰুতিময়ী গগৈ : ৪৬৪

অৰিন্দম দাস : ৪৬৩

শ্ৰীয়সী দাস : ৪৬৩  

ঋষিতা দত্ত : ৪৬২ নম্বৰ  

বিদ্যালয়খনৰ সফলতাৰ ফলাফল লাভ কৰাৰ পাছতেই বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকল আনন্দত মতলীয়া হৈ পৰে । আনহাতে, বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে নগাঁও চহৰৰ মাজেৰে এক সমদল উলিয়ায় । উল্লেখ্য যে নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা বিগত সময়তো কেইবাটাও বৰ্ষত বিজ্ঞান আৰু কলা শাখাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল । 

লগতে পঢ়ক :উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: চাৰিওটা শাখাতে ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক, কোন কোন জিলাই দখল কৰিলে শীৰ্ষস্থান ?লগতে পঢ়ক :উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল: ধুবুৰীত উত্তীৰ্ণৰ হাৰ ৭২.৭৩%