গৌৰৱোজ্জ্বল ইতিহাস বহন কৰা বিভিন্ন দশকৰ পুৰণি সম্পদসমূহৰ সঠিক যতন আৰু বৈজ্ঞানিক সংৰক্ষণ পদ্ধতি সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা হয় এই কৰ্মশালাৰ ৷