Surprise Me!

২ মে’ত প্ৰদান কৰা হ'ব সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ ৰায়দান

2026-04-28 2 Dailymotion

সিদ্ধাৰ্থই কেৱল জুবিনৰ প্ৰ'গ্ৰেম মেনেজ কৰাৰ বাবেহে মেনেজাৰ হিচাপে আছিল । জুবিনক চোৱা-চিতাৰ দায়িত্বৰ বাবে নাছিল সিদ্ধাৰ্থ । ফাষ্টট্ৰেক আদালতত যুক্তি সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ ।