Surprise Me!

হোটেল-ৰেস্তোৰাঁত এসাঁজ খাবলৈ যোৱাৰ আগতে দহবাৰ ভাবক, মূৰে-কপালে হাত দিছে হোটেল ব্যৱসায়ীয়েও

2026-05-01 1 Dailymotion

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে হোটেল-ৰেস্তোৰাঁৰ ব্যৱসায়ীসকলক । ১০-৩০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব পাৰে হোটেল-ৰেস্তোৰাঁৰ খাদ্যৰ দাম ।