কণ কণ শিশুৰ সৈতে দিন অতিবাহিত কৰিছে বিধায়ক মৃণাল শইকীয়াই ৷ নিৰ্বাচনী ফলফলক লৈ বৰ বেছি আনন্দ কৰাৰ পৰা বিৰত থকাৰ আহ্বান শইকীয়াৰ ৷