ডিমা হাছাও জিলাৰ একমাত্ৰ সমষ্টি ১১৩ নম্বৰ হাফলং সমষ্টি ৷ এই সমষ্টিটোত ৫০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী ৰূপালী লাংথাছাই জয়লাভ কৰে ৷