Surprise Me!

চৰাইদেউৰ বিদ্যালয়ত শিক্ষাৰ্থীক প্ৰহাৰ-কাণ্ড; ভুল স্বীকাৰ কৰা নাই অভিযুক্ত শিক্ষকে

2026-05-14 4 Dailymotion

ছাত্ৰ-ছাত্ৰীক নিৰ্মমভাৱে প্ৰহাৰৰ অভিযোগত অভিযুক্ত শিক্ষকক গ্ৰেপ্তাৰ । চৰাইদেউৰ মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই কাণ্ড । চিচি টিভি ফুটেজে সৰ্বত্ৰ লগাইছে কন্দল।