Surprise Me!

একেকোবে নবঢ়াই ৫ শতাংশ-৩ শতাংশকৈ বঢ়াইছে জীৱনদায়িনী ঔষধৰ দাম

2026-05-15 9 Dailymotion

অতি কৌশলপূৰ্ণ নীতিৰে জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰিছে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে ৷ ২০ মে'ত সমগ্ৰ দেশজুৰি ঔষধ প্ৰতিষ্ঠান বন্ধ ঘোষণা ৷