চামগুৰিত হাতী-মানুহৰ সংঘাতৰ ভয়াৱহ ৰূপ । বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে দুজনকৈ লোকে । হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ দৃশ্য বন্দী মোবাইল কেমেৰাত ।