অনলাইন ঔষধ বিপণনৰ বিৰুদ্ধে AIOCD-ৰ দেশজোৰা ধৰ্মঘট । মৰিগাঁৱতো সৰ্বাত্মক প্ৰভাৱ । জৰুৰীকালীন সেৱাৰ বাবে খোলা থাকিল একাংশ ফাৰ্মাচী ।