Surprise Me!

কংগ্ৰেছক ভোট দি একো লাভ নহয়...অহা ২০-৩০ বছৰলৈ কংগ্ৰেছ শাসনলৈ নাহে: পীযুষ হাজৰীকা

2026-05-20 5 Dailymotion

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে । সংখ্যলঘু অধ্যুষিত নগাঁও লোকসভা সমষ্টি দখলৰ কি অংক বিজেপিৰ ?