‘‘এটা বিশেষ জাতিক ৰক্ষণাবেক্ষণ দিবলৈ গৈ অসম আন্দোলনৰ শ্বহীদসকলক অপমান কৰিছে ৷’’ অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যৰ বিৰোধিতা স্থানীয় দল-সংগঠনৰ ৷