বিশ্বৰ বিভিন্ন ঠাইৰ শিক্ষাৰ্থী, গৱেষকসকলে এতিয়া অসমীয়া ভাষাৰ শিশু আলোচনী সম্পৰ্কে জানিব, গৱেষণা কৰিব পাৰিব । সংৰক্ষিত হ'ল দুখন বিশেষ আলোচনী ।