চাকৰিৰ বজাৰত নিবনুৱা যুৱক-যুৱতীক প্ৰলোভন দি ধন সৰকোৱাৰ জাল পাতি আহিছে প্ৰৱঞ্চকে ৷ তেনে প্ৰৱঞ্চনাৰ বলি হ’ল উজনি অসমৰ প্ৰায় ৩৩ গৰাকী শিক্ষিত যুৱক ৷