Surprise Me!

ক্ষেত্ৰীত ভয়ংকৰ দুৰ্ঘটনা: ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা বলেৰ'ৰ, নিমিষতে প্ৰাণ গ'ল চাৰিজনৰ

2026-05-29 15 Dailymotion

দুৰ্ঘটনাগ্ৰস্ত বাহনখনত 'অৰুণাচল চৰকাৰ' বুলি লিখা আছে ৷ দুৰ্ঘটনাত নিহত আটাইকেইজন অৰুণাচল প্ৰদেশৰ বুলি ধাৰণা কৰা হৈছে ৷