স্বচ্ছ সৰ্বেক্ষণলৈ সাজু গুৱাহাটী পৌৰ নিগম । নিগমৰ এলেকাৰ প্ৰতিখন উন্নয়ন সমিতি, ক্লাব, মহিলা সমিতিৰ মাজত হ'ব স্বচ্ছতাৰ প্ৰতিযোগিতা । আপুনি সাজুনে?