পথৰ মাজত ৰক্তাক্ত অৱস্থাত উদ্ধৰ আছু নেতাৰ মৃতদেহ, কাষত মুমূৰ্ষু অৱস্থাত পৰি আছিল ভনীয়েক; হত্যাৰ সন্দেহ আৰক্ষীৰ
2026-06-01 9 Dailymotion
নলবাৰী চহৰত কিতাপ কিনি ঘৰলৈ উভতি আহিছিল ককায়েক আৰু ভনীয়েক ৷ ঘৰৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ দুয়োকে ৷