আছুৰ নেতা মাধুৰ্যৰ হত্যাকাৰী ৰ’জ আলীৰ আৰক্ষীৰ গুলীত মৃত্য়ু হয় ৷ তাৰ পাছতেই ৰাজ্যজুৰি দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷