Surprise Me!

সোণাৰাম শৰ্মা বুঢ়াভকতক 'মাধৱদেৱ বঁটা' আৰু কণিকা পাঠকক 'কালিন্দী আই গোঁসানী বঁটা' প্ৰদান

2026-06-02 3 Dailymotion

সোমবাৰে নিশা সুন্দৰীদিয়া সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৫৩৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে আয়োজিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ৷