Surprise Me!

বুধবাৰে 'বিশ্ব চাইকেল' দিৱস পালন, চাইকেল চলাবলৈ লাজ নকৰিব: সচেতন ব্যক্তিৰ আহ্বান

2026-06-03 4 Dailymotion

৩ জুনত সমগ্ৰ বিশ্বই চাইকেল দিৱস পালন কৰিছে ৷ চাইকেল চলোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় ৷