Surprise Me!

ড্ৰাগছৰ বিৰুদ্ধে জাগ্ৰত জনতা, ঘৰ-দুৱাৰ ভাঙি জ্বলালে সৰবৰাহকাৰীৰ বাহন

2026-06-03 1 Dailymotion

মধ্য অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নগাঁও জিলাক ড্ৰাগছে যেন কোঙা কৰি পেলাইছে ৷ এইবাৰ নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে জাগ্ৰত হৈছে জনতা ৷