Surprise Me!

৮৩ বছৰ বয়সতো তজবজীয়া এজন ককা, ১৯৬৫ চনৰ পৰা এতিয়ালৈকে চলাই আছে চাইকেল

2026-06-03 0 Dailymotion

এসময়ত অভিজাত্যৰ পৰিচয় থকা বাইচাইকেল এতিয়াও বহুতৰে জীৱন লগৰী ৷ আধুনিকতাৰ ধামখুমীয়াত চাইকেলৰ ব্যৱহাৰ হ্ৰাস পাইছিল যদিও এতিয়া পুনৰ চাইকেলে মানুহৰ জীৱনত ঠাই লৈছে ৷