১২ জুনৰ পৰা ফুটবলৰ জ্বৰ আক্ৰান্ত হ'ব সমগ্ৰ বিশ্ব । নিশকতীয়া হৈ পৰা অসমৰ ফুটবলক লৈও বহু সপোনা দেখিছে সংগঠক, প্ৰশিক্ষক, খেলুৱৈ তথা অভিভাৱকে ।