Surprise Me!

উচ্ছেদিত ভূমিত ৫০০০ নাহৰ পুলিৰে প্ৰতিষ্ঠা হ'ব 'জুবিন গাৰ্গ নাহৰ উদ্যান'

2026-06-03 3 Dailymotion

সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে উৰিয়ামঘাটৰ হাতীডুবিত ৫ হাজাৰ নাহৰৰ পুলিৰে 'জুবিন গাৰ্গ নাহৰ উদ্যান' প্ৰতিষ্ঠা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ।