Surprise Me!

শনিবাৰৰ পৰা তেজপুৰত ‘লিচু উৎসৱ-২০২৬' আৰম্ভ, ডুবাই-ছিংগাপুৰলৈ ৰপ্তানি হ'ব তেজপুৰৰ লিচু

2026-06-06 6 Dailymotion

দুদিনীয়াকৈ ‘তেজপুৰ লিচু উৎসৱ- ২০২৬’ৰ আৰম্ভ ৷ প্ৰধামন্ত্ৰীৰ কাৰ্যালয়লৈ ১০০পেকেট প্ৰেৰণ কৰিব তেজপুৰৰ লিচু ৷