প্ৰায় এমাহ হ’বৰ হ’ল ৷ আজিও অন্ধকাৰৰ আৱৰ্তত আদিল হুছেইনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ৷ তিনি বন্ধুৰ বিৰুদ্ধে থানাত দাখিল এজাহাৰ ৷