ৰাজধানী দিল্লীৰ বিমান বন্দৰত দেওবাৰে বিয়লি বতৰে হঠাৎ লোৱা ভয়াৱহ ৰূপে অঘটন ঘটায় ৷ টাৰ্মিনেল ২ৰ ওচৰত ৰখাই থোৱা বিমানত ক্ষতিসাধন ৷