এখন বুলেট চলোৱাৰ সপোন আছিল সুঁতিৰপাৰৰ সঞ্জয় পণ্ডিতৰ । তিনি-চাৰি বছৰে সঞ্চয় কৰা খুচুৰা পইচাৰে অৱশেষত বুলেট ক্ৰয়ৰ সপোন পূৰণ কৰিলে সঞ্জয়ে ।