Surprise Me!

মাকুমত উত্তেজনা, প্ৰতিবাদকাৰীক ৰুধিবলৈ গৈ গুৰুতৰভাৱে আহত আৰক্ষী জোৱান

2026-06-15 10 Dailymotion

এজন ব্যক্তিক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মাকুমৰ গংগাবাৰীত ৷ প্ৰতিবাদী ৰাইজ আৰু আৰক্ষীৰ মাজত হতাহতি ৷ এগৰাকী আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত ৷